Breaking

অখিল গগৈক দুৰ্যোধন, দুশাসন আখ্যা মন্ত্ৰী পীযূষ হাজৰিকাৰ…

0 16

আজি বিধান সভাত আকৌ মহাভাৰতৰ প্ৰসংগ। অখিল গগৈক দুৰ্যোধন, দুশাসনৰ অভিভাৱক আখ্যা মন্ত্ৰী পীযূজ হাজৰিকাৰ। মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে যিসকলে নাৰীক সন্মান নকৰে সেইসকল দুৰ্যোধনৰ পৃষ্ঠপোষক, অখিল গগৈয়ে বিশেষ সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰে।

আনহাতে উজনিলৈ মাছ বন্ধ কৰাৰ ক্ষেত্ৰত অখিল গগৈৰ ভূমিকা কি হ’ব প্ৰথমে জনাওক বুলিও বিধায়ক অখিল গগৈৰ প্ৰতিবাদ সন্দৰ্ভত মন্ত্ৰী পীযূষ হাজৰিকাৰ মন্তব্য।

Leave A Reply

Your email address will not be published.