গুৱাহাটী মহানগৰীৰ মাণিকনগৰত শ্বৰ্ট-চাৰ্কিটৰ ফলত নিশা অগ্নিকাণ্ড… দুৰ্যোগ By দৈনন্দিন বাৰ্তা Last updated Aug 27, 2024 0 17 Share গুৱাহাটী মহানগৰীৰ মাণিকনগৰত নিশা অগ্নিকাণ্ড। শ্বৰ্ট-চাৰ্কিটৰ ফলতে অগ্নিকাণ্ডৰ সূত্ৰপাত। কথমপি ৰক্ষা পৰে আৱাসিক এলেকাটো। অগ্নিনিৰ্বাপক বাহিনী, স্থানীয় লোকৰ সহযোগত জুই নিৰ্বাপণ। FIRE 0 17 Share