Breaking

আধাৰ কাৰ্ডক লৈ সংবাদমেলত মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা ! বাধা আঁতৰাই কেন্দ্ৰই জাৰি কৰিলে নিৰ্দেশনা…

0 28

আধাৰ কাৰ্ড সম্পৰ্কত সংবাদমেল মুখ্যমন্ত্ৰীৰ

আধাৰ কাৰ্ড বিতৰণ বিতৰণ বন্ধ কৰি ৰখা হৈছিল ।

২০১৯ৰ ফেব্ৰুৱাৰীৰ পৰা ২০২৪ৰ আগষ্ট লৈ বন্ধ হৈ আছিল আধাৰ সমূহ ।

NRC বা আধাৰ কেন্দ্ৰ সমূহত গৈ এই লোকসকলে আবেদন কৰিছিল আধাৰ কাৰ্ড ।

৯,৩৫,৬৮২ জনৰ আধাৰ কাৰ্ড বন্ধ হৈ থকাৰ বাবে বিভিন্ন আঁচনিৰ পৰা বঞ্চিত হৈ আহিছিল ।

কেবিনেট চাব কমিটিয়ে প্ৰায়বোৰ সংগঠনৰ লগত আলোচনা কৰিছিল ।

ঐক্যমতত উপনিত হৈ আধাৰ কাৰ্ড আৰু NRCৰ সম্পৰ্ক নাই বুলি সমৰ্থন কৰিছিল ।

দুই বছৰ ধৰি আধাৰ কাৰ্ড সমূহ খুলি দিবলৈ কেন্দ্ৰীয় চৰকাৰৰ সৈতে কথা পাতি থকা হৈছিল ।

অসম চৰকাৰে ভাৰত চৰকাৰক ২৯-৭-২৪তাৰিখে আবেদন দিয়া হৈছিল আধাৰ কাৰ্ড মুকলিৰ বাবে ।

আমাৰ আবেদনক ভিত্তি কৰি মঙ্গলবাৰে নিৰ্দেশ দিয়ে আধাৰ কাৰ্ড মুকলি কৰি দিবলৈ ।

আধাৰ কাৰ্ড লোৱাৰ বাধা ভাৰত চৰকাৰে প্ৰত্যাহাৰ কৰে ।

১৫-২০দিনৰ ভিতৰত আধাৰ কাৰ্ড কাৰ্যালয়ত আধাৰ কাৰ্ড সমূহ গ্ৰহন কৰিব পাৰিব ।

২৭লাখ বুলি আমাৰ ধাৰণা আছিল, আলাপ আলোচনা কৰি গম পালোঁ ৯,৩৫,৬৮২হে ।

Leave A Reply

Your email address will not be published.