Breaking

চাপৰ ফলিমাৰীত চাঞ্চল্যকৰ ঘটনা ! মুছলমান যুৱকে অপহৰণ কৰি লৈ গ’ল আদিবাসী ছোৱালী…

0 22

চাপৰ ফলিমাৰীত চাঞ্চল্যকৰ ঘটনা। মুছলমান যুৱকে অপহৰণ কৰি লৈ গ’ল আদিবাসী ছোৱালী। পৰিয়ালৰ এজাহাৰৰ ভিত্তিত চাপৰ আৰক্ষীয়ে সোনামুখিৰ পৰা উদ্ধাৰ কৰে ছোৱালী জনীক। ইতিমধ্যে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে যুৱকজনক।

যুৱকজনৰ নাম মফিদুল ইছলাম কলোবাড়ীৰ বুলি জানিব পৰা গৈছে। ঘটনা সংক্ৰান্তত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। আছা’ৰ ক্ষোভ আদিবাসী ছোৱালীসমূহ আদিবাসী গাঁৱত আৰু বাগান অঞ্চলত সুৰক্ষিত নহয় ।

আদিবাসী ছোৱালী লাভ জেহাদৰ কৱলত পৰিছে। মফিদুল নামৰ যুৱকজনে প্ৰথমে আদিবাসী ছোৱালীজনীক ফেচবুকৰ জৰিয়তে ভয় ভাবুকি প্ৰদান কৰি উক্ত কাণ্ড সংঘটিত কৰাৰ অভিযোগ।

Leave A Reply

Your email address will not be published.