Breaking

দিল্লীৰ কৃষক আন্দোলন সন্দৰ্ভত মন্তব্য কৰি বিতৰ্ক সোমাই পৰিছিল কংগনা ৰাণাৱত ! ‘মোক দলৰ নেতৃত্বই ধমক দিছিল, ভৱিষ্যতে কথা কওঁতে সাৱধান হ’ম…

0 15

‘মোক দলৰ নেতৃত্বই ধমক দিছিল, ভৱিষ্যতে কথা কওঁতে সাৱধান হ’ম।’ শেহতীয়া বিতৰ্কক লৈ কংগনাৰ মন্তব্য। দিল্লীৰ কৃষক আন্দোলন সন্দৰ্ভত মন্তব্য কৰি বিতৰ্ক সোমাই পৰিছিল কংগনা ৰাণাৱত।

‘দিল্লীৰ কৃষক আন্দোলনৰ উদ্দেশ্য আছিল চৰকাৰ ওফৰোৱা, আঁৰত চীন-আমেৰিকা।’ এই মন্তব্য কৰিছিল কংগনাই তাৰ পাছতেই সৃষ্টি হৈছে তুমুল বিতৰ্কৰ।

কংগনাৰ মন্তব্য নিজা বুলি চাফাই দিছিল বিজেপিয়ে।

Leave A Reply

Your email address will not be published.