৭দিনৰ ভিতৰত শিৱসাগৰৰ সকলো দোকানৰ সন্মুখত অসমীয়াত থাকিব লাগিব নাম ফলক : শিৱসাগৰৰ পৌৰসভাৰ ব্যৱসায়ীলৈ নিৰ্দেশ…
৭দিনৰ ভিতৰত শিৱসাগৰৰ সকলো দোকানৰ সন্মুখত অসমীয়াত থাকিব লাগিব নাম ফলক।
জাতীয় দল-সংগঠনৰ দাবীৰ পাছতেই জাননীযোগে শিৱসাগৰৰ পৌৰসভাৰ ব্যৱসায়ীলৈ নিৰ্দেশ।
শিৱদৌলৰ সন্মুখৰ পৰা দ’লমুখ চাৰিআলিলৈ দোকানসমূহত অসমীয়াতে নামফলক লিখাৰ ব্যৱস্থা পৌৰসভাৰ।