মিৰ্জাৰ বিশিষ্ট সমাজকৰ্মী ৰাজেন কুমাৰৰ হৃদৰোগত আক্ৰান্ত হৈ দেহাৱসান… মৰ্মাহতমৃত্যু By দৈনন্দিন বাৰ্তা Last updated Aug 28, 2024 0 14 Share মিৰ্জাৰ বিশিষ্ট সমাজকৰ্মী ৰাজেন কুমাৰ মেধিৰ দেহাৱসান। হৃদৰোগত আক্ৰান্ত হৈ ৭৬ বছৰ বয়সত আজি শেষ নিশ্বাস ত্যাগ কৰে ব্যক্তিগৰাকীয়ে। ৰাজেন কুমাৰ মেধিৰ মৃত্য়ুত দক্ষিণ কামৰূপত শোকৰ ছাঁ। DEATH 0 14 Share