Breaking

ভূপেন বৰাক সভাপতি পদৰ পৰা অপসাৰণ কৰিবলৈ স্বাক্ষৰ অভিযান…

0 27

প্ৰদেশ কংগ্ৰেছত আকৌ বিদ্ৰোহ! সভাপতি ভূপেন বৰাৰ বিৰুদ্ধে একত্ৰিত একাংশ বিধায়ক। ভূপেন বৰাক সভাপতি পদৰ পৰা অপসাৰণ কৰিবলৈ স্বাক্ষৰ অভিযান।

কমেও ১৮-১৯জন কংগ্ৰেছ বিধায়কৰ স্বাক্ষৰ । AICCলৈ প্ৰেৰণ কৰা হৈছে বিধায়কৰ স্বাক্ষৰিত পত্ৰ। সমগ্ৰ প্ৰক্ৰিয়াত কংগ্ৰেছৰ এজন সাংসদে নেতৃত্ব লোৱা বুলি চৰ্চা।

ভূপেন বৰাক আঁতৰাই গৌৰৱ গগৈক সভাপতি পতাৰ দাবী বিদ্ৰোহী বিধায়কৰ।

Leave A Reply

Your email address will not be published.