Breaking

ছিপাঝাৰৰ ভেৰুৱাত মিণ্টু শৰ্মা নামৰ যুৱকজনক ডকাইতৰ আক্ৰমণ…

0 17

ছিপাঝাৰৰ ভেৰুৱাত ডকাইতি। মিণ্টু শৰ্মা নামৰ যুৱকজনক চোকা অস্ত্ৰৰে আক্ৰমণ ডকাইতৰ।

যুৱকজনক আক্ৰমণ কৰি ডকাইতে লৈ যায় ৩০ হাজাৰ টকা। এখন মাৰুতী অ’ল্টো বাহনত আহিছিল চাৰিজনীয়া ডকাইতৰ দলটো। দুনী-সাৰেং পথত সংঘটিত হয় এই ঘটনা।

ফাৰ্ণিচাৰ ব্যৱসায়ী মিণ্টু শৰ্মাৰ এখন হাতত ঘপিয়াই ডকাইতে।

Leave A Reply

Your email address will not be published.