Breaking

‘২০২৬ত বিপদ হ’ব বুলি গম পাইছে ড০ হিমন্ত বিশ্ব শৰ্মাই, যাৰ বাবে হিন্দু-মুছলমানৰ ৰাজনীতি আৰম্ভ কৰিছে মুখ্যমন্ত্ৰীয়ে’ : সাংসদ সুস্মিতা দেৱ…

0 15

‘২০২৬ত বিপদ হ’ব বুলি গম পাইছে ড০ হিমন্ত বিশ্ব শৰ্মাই, যাৰ বাবে হিন্দু-মুছলমানৰ ৰাজনীতি আৰম্ভ কৰিছে মুখ্যমন্ত্ৰীয়ে’।

মিঞা খেদা প্ৰসংগক লৈ মুখ খুলিছে সাংসদ সুস্মিতা দেৱে।

শিৱসাগৰত মাৰোৱাৰী সমাজে ক্ষমা খোজা ঘটনাক লৈও প্ৰতিক্ৰিয়া ব্যক্ত সুস্মিতা দেৱৰ।

Leave A Reply

Your email address will not be published.