Breaking

গুৱাহাটী মহানগৰীৰ ফটাশিল আমবাৰী থানাত জব্দকৃত প্ৰায় ৪০খন চুৰি বাহন…

0 23

গুৱাহাটী মহানগৰীত আজৱ ঘটনা! ফটাশিল আমবাৰী থানাত জব্দকৃত প্ৰায় ৪০খন বাহন চুৰি। ঘটনা সন্দৰ্ভত এইপৰ্যন্ত ৩ জন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

ধৃত লোককেইজন পৰেশ দলে, ৰাকেশ গোৱালা, ৰাতুল কাকতি।

তিনিওৰে পৰা জব্দ কৰা হৈছে ঘটনাত জড়িত থকা বহু তথ্য-প্ৰমাণ। পৰেশ দলেই প্ৰায় ৪ লাখ টকাত বিক্ৰী কৰিছিল বাহনসমূহ।

Leave A Reply

Your email address will not be published.