Breaking

শিৱসাগৰৰ মটক গোহাঁইগাঁৱত পুখুৰীত বিহ দি মাছ নিধন দুষ্কৃতিকাৰীৰ…

0 17

শিৱসাগৰত পুখুৰীত বিহ দি মাছ নিধন দুষ্কৃতিকাৰীৰ। শিৱসাগৰৰ মটক গোহাঁইগাঁৱত হৈছিল এই ঘটনা। দিগন্ত ফুকন নামৰ মৎস্য ব্যৱসায়ীগৰাকীৰ পুখুৰীত দিছিল বিহ।

ঘটনা গুৰুত্বসহকাৰে ল’লে DGP জি পি সিঙে। শিৱসাগৰৰ আৰক্ষী অধীক্ষকক ঘটনাৰ তদন্তৰ নিৰ্দেশ DGPৰ। X যোগে ঘোষণা DGP জি পি সিঙৰ।

বিহ দিয়াৰ ফলত নিধন হৈছিল প্ৰায় ২ লাখ টকাৰ মাছ। পুখুৰীত ওপঙি উঠিছিল বিভিন্ন প্ৰজাতিৰ অসংখ্য মাছ।

লগতে পঢ়ক : https://www.dainandinbartagroup.in/bangladeshs-influential-leader-ishaq-ali-khan-pannas-death বাংলাদেশৰ প্ৰভাৱশালী নেতা ইছহাক আলী খান পান্নাৰ মৃত্যু সন্দৰ্ভত চাঞ্চল্যকৰ তথ্য…

Leave A Reply

Your email address will not be published.