Breaking

অসম-অৰুণাচল সীমান্তত অবৈধ অস্ত্ৰৰ লগতে বিস্ফোৰক সামগ্ৰী উদ্ধাৰ…

0 22

অসম-অৰুণাচল সীমান্তত অবৈধ অস্ত্ৰৰ লগতে বিস্ফোৰক সামগ্ৰী উদ্ধাৰ।

তিনিচুকীয়া আৰক্ষীয়ে উদ্ধাৰ কৰে বিস্ফোৰক সামগ্ৰীখিনি। বিস্ফোৰকখিনি কোনো নিষিদ্ধ সংগঠনৰ বুলি সন্দেহ আৰক্ষীৰ।

সামাজিক মাধ্যমযোগে এই কথা জনালে DGP জি পি সিঙে।

লগতে পঢ়ক : https://www.dainandinbartagroup.in/following-in-his-fathers-footsteps-sumit-dravid-son-of-rahul-dravid-in-the-cricket-worldপিতৃৰ পদাংক অনুসৰণ কৰি ক্রিকেট জগতত ৰাহুল দ্রাবিড়ৰ পুত্ৰ সমিত দ্ৰাবিড়…

Leave A Reply

Your email address will not be published.