Breaking

ৰাজ্যৰ ঠিকাভিত্তিক শিক্ষকৰ বাবে সুখবৰ ! নিয়মীয়া হ’ল ২৩,৯৫৬ গৰাকী ঠিকাভিত্তিক শিক্ষকৰ চাকৰি…

0 29

ৰাজ্যৰ ঠিকাভিত্তিক শিক্ষকৰ বাবে সুখবৰ। নিয়মীয়া হ’ল ২৩,৯৫৬ গৰাকী ঠিকাভিত্তিক শিক্ষকৰ চাকৰি।

বিশেষ নিযুক্তিৰ জৰিয়তে নিয়মীয়া হ’ল শিক্ষকসকলৰ চাকৰি।

২ ছেপ্টেম্বৰত খানাপাৰাত অনুষ্ঠিত হ’ব নিযুক্তি-পত্ৰ বিতৰণ অনুষ্ঠান।

লগতে পঢ়ক মুষলধাৰ বৰষুণ ! কৃত্ৰিম বানপানীৰ কবলত পুনৰ গুৱাহাটী মহানগৰ…

Leave A Reply

Your email address will not be published.