Breaking

ধেমাজিৰ মাছখোৱাত প্ৰধান শিক্ষক নিতুল বৰগোহাঁইৰ অপকৰ্মৰ বলি প্ৰথম শ্ৰেণীৰ এগৰাকী ছাত্ৰী…

0 41

ধেমাজিৰ মাছখোৱাত প্ৰধান শিক্ষকৰ যৌন আতিশয্যৰ বলি প্ৰথম শ্ৰেণীৰ এগৰাকী ছাত্ৰী। দক্ষিণ যোৰকটা নেপালী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে অভিযোগ।

অভিযুক্ত প্ৰধান শিক্ষকজন নিতুল বৰগোহাঁই। মাছখোৱা আৰক্ষী চকীত অভিযুক্ত শিক্ষকজনৰ বিৰুদ্ধে এজাহাৰ দাখিল ভুক্তভোগী পৰিয়ালৰ।

দীৰ্ঘদিনে প্ৰধান শিক্ষকজনে ছাত্ৰীগৰাকীক নিৰ্যাতন চলোৱাৰ অভিযোগ। ধনৰ প্ৰলোভনেৰে ঘটনাক গাপ দিয়াৰ চেষ্টা অভিযুক্ত প্ৰধান শিক্ষকৰ।

লগতে পঢ়ক : ৰাজ্যৰ ঠিকাভিত্তিক শিক্ষকৰ বাবে সুখবৰ ! নিয়মীয়া হ’ল ২৩,৯৫৬ গৰাকী ঠিকাভিত্তিক শিক্ষকৰ চাকৰি…

Leave A Reply

Your email address will not be published.