Breaking

Teacher’s Day: আজি শিক্ষক দিৱস। প্ৰতিগৰাকী শিক্ষাগুৰুলৈ সশ্ৰদ্ধ প্ৰণিপাত…

37

গুৰু ব্ৰক্ষ্মা, গুৰু বিষ্ণু,
গুৰু দেৱ মহেশ্বৰ
গুৰু সাক্ষাৎ পৰমব্ৰক্ষ্ম
তস্মৈশ্ৰী গুৰুৱে নম:

আজি শিক্ষক দিৱস। প্ৰতিগৰাকী শিক্ষাগুৰুলৈ সশ্ৰদ্ধ প্ৰণিপাত। (Teachers’ Day)

শিক্ষক দিৱসৰ এই মধুৰ ক্ষণত, দেশৰ মহান চিন্তাবিদ, দাৰ্শনিক তথা মহান শিক্ষক ড৹ সৰ্বপল্লী ৰাধাকৃষ্ণণ দেৱক শ্ৰদ্ধাৰে স্মৰণ কৰিছে দেশবাসীয়ে।(Sarvepalli Radhakrishnan)

শিক্ষকসকলৰ সন্মানাৰ্থে পালন কৰা এই শিক্ষক দিৱস। শিক্ষক দিৱসত শিক্ষকসকলক সন্মান প্ৰদৰ্শন কৰাৰ লগতে শৈক্ষিক ক্ষেত্ৰ বা সমাজলৈ তেওঁলোকৰ অৱদানৰ বাবে পুৰস্কৃতও কৰা হয়।

এজন মহান ভাৰতীয় শিক্ষক তথা ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা ভাৰতৰ ৰাষ্ট্ৰপতি ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ সোঁৱৰণত ভাৰতত শিক্ষক দিৱস পালন কৰা হয়। ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্মদিনটোতে অৰ্থাৎ ৫ ছেপ্টেম্বৰৰ দিনটোত সমগ্ৰ ভাৰতবৰ্ষই শিক্ষক দিৱস হিচাপে পালন কৰে। (happy teachers day)

published by: munmi gogoi

Comments are closed.