Breaking

Jayanta Hazarika: শিল্পী জয়ন্ত হাজৰিকাৰ জন্ম জয়ন্তী উদযাপন

57

জয়ন্ত হাজৰিকাদেৱৰ প্ৰতিমূৰ্ত্তি স্থলীত আয়োজিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ( Manabendra Dev Ray IPR Director, Assam) কৰি তথ্য আৰু জনসংযোগ বিভাগৰ সঞ্চালক মানৱেন্দ্ৰ দেৱ ৰায়ে( Manabendra Dev Ray) বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণেৰে শিল্পীগৰাকীক শ্ৰদ্ধা নিবেদন কৰে। শিল্পীজনক স্মৰণ কৰি ভাষণ প্ৰসঙ্গত সঞ্চালকগৰাকীয়ে কয় যে – (Jayanta Hazarika) শিল্পী জয়ন্ত হাজৰিকাৰ জন্ম জয়ন্তী উদযাপন শিল্পী জয়ন্ত হাজৰিকাক সঙ্গীতে সদায় সকলোৰে হৃদয়ত জীয়াই ৰাখিব। Jayanta Hazarika: শিল্পী জয়ন্ত হাজৰিকাৰ জন্ম জয়ন্তী উদযাপন

গুৱাহাটী, ২০ ছেপ্টেম্বৰ:Indian singer: জয়ন্ত যশস্বী কণ্ঠশিল্পী, সুৰকাৰ, গীতিকাৰ, সংগীত পৰিচালক জয়ন্ত হাজৰিকাদেৱৰ ৮১ সংখ্যক জন্মদিনৰ লগত সংগতি ৰাখি আজি ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰৰ লগতে গুৱাহাটী মহানগৰীৰো বহুতো স্থানত বিভিন্ন কাৰ্যসূচীৰে শিল্পীজনৰ জন্মদিন উদযাপন কৰা হয়। চান্দমাৰীত থকা জয়ন্ত হাজৰিকাদেৱৰ প্ৰতিমূৰ্ত্তি স্থলীত আয়োজিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ( Manabendra Dev Ray IPR Director, Assam) কৰি তথ্য আৰু জনসংযোগ বিভাগৰ সঞ্চালক মানৱেন্দ্ৰ দেৱ ৰায়ে( Manabendra Dev Ray) বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণেৰে শিল্পীগৰাকীক শ্ৰদ্ধা নিবেদন কৰে। শিল্পীজনক স্মৰণ কৰি ভাষণ প্ৰসঙ্গত সঞ্চালকগৰাকীয়ে কয় যে – (Jayanta Hazarika) শিল্পী জয়ন্ত হাজৰিকাৰ জন্ম জয়ন্তী উদযাপন শিল্পী জয়ন্ত হাজৰিকাক সঙ্গীতে সদায় সকলোৰে হৃদয়ত জীয়াই ৰাখিব।
আধুনিক গীতৰ জগতখনত এক বিৰল প্ৰতিভাই তেখেতে প্ৰতি প্ৰজন্মক উৎসাহিত কৰি যাব বুলি মন্তব্য কৰে ।
পুষ্পাঞ্জলি অৰ্পণৰ পিছতে ন-পুৰণি শিল্পীসকলে জয়ন্ত হাজৰিকাদেৱৰ কেবাটাও গীত পৰিৱেশন কৰে। উল্লেখযোগ্য যে জয়ন্ত হাজৰিকা আছিল ভাৰত ৰত্ন ভূপেন হাজৰিকাৰ ভাতৃ (Bhupen Hazarika’s brother)
১৯৪৩ বৰ্ষত জন্ম গ্ৰহণ কৰা শিল্পীগৰাকীয়ে মাত্ৰ ৩৪ বছৰ বয়সতে আধুনিক গীতৰ জগতখন বৰ্ণময় কৰি ইহজগতৰ পৰা মেলানি মাগিছিল।

Comments are closed.