Indian Navy Welcomed Russian Submarine: ভাৰতীয় নৌসেনাই কোচিত আদৰিলে ৰাছিয়ান ছাবমেৰিন উফাক

কোচি, ২২ অক্টোবৰ: সামুদ্ৰিক সহযোগিতাৰ শক্তিশালী প্ৰদৰ্শনত ৰাছিয়াৰ চাবমেৰিন উফা কোচিত উপস্থিত(Russian submarine Ufa docked in Kochi) হোৱাৰ লগে লগে ভাৰতীয় নৌসেনাই চাবমেৰিনখনক উষ্ম আদৰণি জনায়(Indian Navy Welcomed Russian Submarine)।

মঙলবাৰে প্ৰতিৰক্ষা বিভাগৰ এগৰাকী পি আৰ অ’ই(Defence PRO) কয় যে, এই অনুষ্ঠানটোৱে ভাৰত আৰু ৰাছিয়াৰ মাজত বিশেষকৈ নৌসেনাৰ সহযোগিতাৰ ক্ষেত্ৰত এক“অদম্য বন্ধুত্ব”ক(Unshakeable friendship) আলোকপাত কৰিছে।

‘এক্স’ৰ এটা পোষ্টত তেওঁ কয় যে, “Russian submarine #Ufa docks at #Kochi, met with a warm welcome by the #IndianNavy. A symbol of the unshakable friendship between India & Russia, maritime cooperation continues to sail strong,”

Related Articles