Breaking

৮ ফেব্ৰুৱাৰীত মহিলাসকললৈ ৰাজ্য চৰকাৰে আগবঢ়াব ৫০ হাজাৰকৈ টকা

0 2,086

নিৰ্বাচন সমাগত। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এতিয়া ৰাজ্য চৰকাৰে ঘোষণা কৰিছে ইখনৰ পিছত সিখন আঁচনি। কেইদিনমান পূৰ্বে স্বয়ম আঁচনিৰ জৰিয়তে ৰাজ্যৰ নিবনুৱা যুৱক-যুৱতীলৈ ৫০ হাজাৰকৈ টকা আগবঢ়োৱাৰ পিছত এইবাৰ ৰাজ্য চৰকাৰ সাজু হৈছে ৰাজ্যৰ মহিলাসকললৈ আৰ্থিক অনুদান আগবঢ়াবলৈ।

বুধবাৰে এই সন্দৰ্ভত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহত্‍ঘোষণা কৰে।  অহা ৮ ফেব্ৰৱাৰীত ৰাজ্যৰ মহিলাসকললৈ আগবঢ়োৱা হ’ব ৫০ হাজাৰকৈ টকা। কনকলতা মহিলা সৱলীকৰণ আঁচনিৰ জৰিয়তে ৰাজ্যৰ মহিলা আত্মসহায়ক গোট সমূহলৈ আগবঢ়োৱা হ’ব এই ধনৰাশি।

Leave A Reply

Your email address will not be published.