BJP। বিজেপিৰ জেষ্ঠ নেতা তথা নিষ্টাবান কৰ্মী ডা০ৰঞ্জন গগৈৰ বিজেপিৰ পৰা পদত্যাগ

BJP। ২০১৩ চনত বিজেপি সলত যোগদান কৰি বিভিন্ন বিভিন্ন দায়িত্ব সম্পাদন কৰি বৰ্তমান বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য তথা এসময়ৰ দুবাৰকৈ বিজেপিৰ বিশ্বনাথ জিলা সমিতিৰ উপ সভাপতি আৰু সাধাৰন সম্পাদকৰ দায়িত্ব লাভ কৰি সুকলমে দলৰ হৈ সেৱা আগবঢ়োৱাৰ উপৰিও , শোণিতপুৰ,ধেমাজি,লক্ষীমপুৰ,ঢকুৱাখানা,গোৱালপাৰা,উদালগুৰী আৰু কোকৰাঝাৰ দটমা সমষ্টিতো বিজেপিৰ জিলা প্ৰভাৰী হিচাপে দায়িত্ব সম্পাদন কৰিছিল ডা০ গগৈয়ে। ইয়াৰ উপৰিও ডা০গগৈ বৰ্তমান সময়ত বিশ্বনাথ জিলা ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সভাপতি,বিশ্বনাথ জিলাৰ সাতুৰ সন্থাৰ সভাপতি,বিশ্বনাথ জিলা বিহু সুৰক্ষা সমিতিৰ সভাপতি,বিশ্বনাথ জিলা আহোম জাতীয় মহাসভাৰ সভাপতি,বিশ্বনাথ জিলাসত্ৰ মহাসভাৰ সভাপতিৰ দায়িত্বও পালন কৰি আছে।

উত্তৰ অসম তথা বিশ্বনাথ জিলাৰ সকলো জাতী জনগোষ্টি তথা ধৰ্মালম্বী লৌকৰ মাজত অতি প্ৰভাবশালী আৰু জনপ্ৰীয় নেতা গৰাকীয়ে আজি বিজেপি ত্যাগৰ বাতৰিয়ে বিজেপিৰ মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।ইতিমধ্যে ডা০ গগৈয়ে নিজৰ পদত্যা

Related Articles