ভোজপুৰী সমাজৰ আৰ্থ-সামাজিক, শিক্ষা আৰু বিভিন্ন প্ৰকাৰৰ উন্নতিৰ বাবে আজি টংলাৰ হিন্দী মাধ্যমিক বিদ্যালয়ত বৃহস্পতিবাৰেঅনুষ্ঠিত এক সভাত বিটিআৰ ভোজপুৰী সমাজৰ ভেৰগাঁও জিলা সমিতি গঠন কৰা হয়। ১৪ জনীয়া সদস্য আৰু ৬ জন উপদেষ্টাক লৈ গঠিত হয় ভেৰগাঁও জিলা ভোজপুৰী সমাজৰ নবতম সমিতি খন।বিটিআৰ ভোজপুৰী সমাজৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি প্ৰভু সোনাৰীৰৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত লালবাবু চৌধুৰীক সভাপতি আৰু কানাই প্ৰসাদ, ওম প্ৰসাদ গুপ্তা, শঙ্কৰ চৌধুৰী, জিতেন্দ্ৰ সাহাক উপঃসভাপতি, বিৰেন চৌহানক সাধাৰণ সম্পাদক,কপিল পানিক, প্ৰেম চন্দ্ৰ ৰাজভৰ, সুভদ্ৰা মল্লিক,হিম ৰাজভৰ আৰূ ৰমেশ চৌহানক সহকাৰী সম্পাদক হিচাপে লি পুৰ্ণাংগ সমিতি গঠন কৰা হয়। সমিতি গঠনৰ সময়ত বিটিআৰ ভোজপুৰী সমাজৰ সভাপতি প্ৰভু সোনাৰীয়ে নব গঠিত ভেৰগাঁও জিলা সমিতিক জাতিৰ উন্নয়নৰ বাবে কাম কৰিবৰ বাবে অনুৰোধ জনাই।
Breaking
- Book launch of Digdarshan যোৰহাটত দিগদৰ্শন প্ৰকাশনৰ গ্ৰন্থ উন্মোচন
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- Auspicious Bhado Month: চুবুৰীয়া ৰাজ্য মেঘালয়ৰ নংপোৰ মাৰাংগাৰত শঙ্কৰদেৱ নামঘৰত এমহীয়া পৱিত্ৰ ভাদমহীয়া নামৰ সামৰণি
- AJYCP protests against ONGC: নাজিৰাত ONGCৰ থলুৱাবিৰোধী নীতিৰ বিৰুদ্ধে AJYCPৰ বিক্ষোভ
- Oil and gas drilling in Gibbon Sanctuary: গিবনত তেল-গেছ খননৰ সিদ্ধান্তৰ কঠোৰ বিৰোধিতা আটাছুৰ
- Nagaon District Medicine Dealers’ Association:ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ পিছতেই মুহূৰ্তে মুহূৰ্তে ৰং সলনি কৰিছে নগাঁৱৰ ঔষধ ব্যৱসায়ী সন্থাই
- Nazira ONGC employee goes to jail:ইনষ্টাগ্ৰামৰ বাগিৰে লজ্জানত কাণ্ড! ONGCৰ কৰ্মচাৰী গ’ল জে’ল হাজোতলৈ
- Na Lakhimi Scheme:মহিলা হিতাধিকাৰীক ন-লখিমী আঁচনিৰ দ্বাৰা মাহে ৩০০০ টকাকৈ দিয়া হ’বঃ ভূপেন কুমাৰ বৰা
- All Tiwa Students Union: বেদখলকৃত ভূমি উচ্ছেদ কৰি ট্ৰাইবেল বেল্ট-ব্লক সংৰক্ষণৰ দাবী সদৌ তিৱা ছাত্ৰ সন্থাৰ
- Orunodoi 3.0 scheme: ৰাজ্যজুৰি অৰুণোদয় ৩.০ আনুষ্ঠানিকভাৱে শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ
- Sarania-Kachari Tribe in Assam: জনজাতিৰ প্ৰমাণ পত্ৰ এখনৰ বাবেও সংগ্ৰাম কৰিবলগীয়া হৈছে অসমৰ একাংশ আদিপুৰুষে
- Assam Online Trading Scam: প্ৰমাণ হ’ল – চুমি বৰাৰ হাতোৰা প্ৰসাৰিত হৈছিল ন্যায়পালিকাৰ পৰা কাৰ্যপালিকালৈ !