Breaking

১১ ফেব্ৰুৱাৰীৰ পৰা অসম বিধানসভাৰ জোৰা বাজেট অধিবেশন

0 2,031

অহা ১১ ফেব্ৰুৱাৰীৰ পৰা অসম বিধানসভাৰ ৩দিন জোৰা বাজেট অধিবেশন অনুষ্ঠিত হ’ব। ১১ফেব্ৰুৱাৰীৰ পুৱা চাৰে ৯ বজাত ৰাজ্যপালৰ ভাষণেৰে বিধানসভাৰ কার্যক্রমণিকা আৰম্ভ হ’ব। সেইদিনাই বিত্তমন্ত্রী হিমন্ত বিশ্ব শৰ্মা এ সদনত ২০২১-২২ বিত্তীয় বৰ্ষৰ বাবে প্রথম তিনিমাহৰ লেখানুদান দাখিল কৰিব।

Leave A Reply

Your email address will not be published.