Pork: মাঘ বিহুৰ পূৰ্বে গাহৰি মাংসৰ সন্দৰ্ভত ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ

মাঘ বিহুৰ পূৰ্বে গাহৰি মাংসৰ সন্দৰ্ভত ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ। (Pork)

গাহৰি মাংসৰ সন্দৰ্ভত সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে সদৰী কৰিছে বিশেষ ঘোষণা।

মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ সামাজিক মাধ্যমৰ অফিচিয়েল একাউণ্টত বৃহস্পতিবাৰে এক পষ্ট যোগে ঘোষণা কৰে যে জনজাতীয় লোকৰ পৰম্পৰাগত খাদ্য গাহৰি মাংস৷থলুৱা ব্যঞ্জন আৰু সংস্কৃতিৰ সৈতে ইয়াৰ ওতঃপ্ৰোত সম্পৰ্ক আছে৷ গাহৰিৰ মাংস বিক্ৰী সন্দৰ্ভত পৌৰ নিগমে জাৰি কৰা জাননী প্ৰত্যাহাৰ৷ গুৱাহাটীত বন্ধ হোৱা নাই গাহৰি কটা আৰু বিক্ৰী৷ পৰিষ্কাৰ-পৰিচ্ছন্নতা বৰ্তাই ৰাখি বিক্ৰী কৰিব পাৰিব গাহৰি মাংস৷


Related Articles