Earthquake: পুনৰ ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

পুনৰ ৰাজ্যত ভূমিকম্পৰ জোকাৰণি।(Earthquake)

পুৱা ১১বাজি ০৭ বজাত জোকাৰণি অনুভূত।

ৰাজ্যত সঘনাই ভূমিকম্পৰ জোকাৰণি অনুভূত।

আজি মধ্য অসমত ভূমিকম্পৰ জোকাৰণি।

৫.৭ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ’ল মধ্য অসম।

অভিকেন্দ্ৰ শিলচৰৰ পৰা ৫০ কি:মি: নিলগত

Related Articles