Neem Leaves: ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে খালী পেটত নিমৰ পাত খাব, ৩০ দিনৰ ভিতৰত শৰীৰত বহু পৰিৱৰ্তন হ’ব !

নিম পাত খালে শৰীৰ বহুতো উপকাৰ হয়। খালী পেটত নিম চোবাই খালে ব্লাড চুগাৰ পৰিমাণ নিয়ন্ত্ৰণত থাকে। ৰাতিপুৱা সাৰ পোৱাৰ পিছত যদি নিম পাত খালী পেটত চোবাই খায় তেন্তে আপোনাৰ তেজও পৰিষ্কাৰ হয়। লগতে ৰোগ প্ৰতিৰোধৰ ক্ষমতাও বৃদ্ধি পায়। নিম পাতত এন্টি-অক্সিডেন্ট, এন্টি-বেক্টেৰিয়েল, এন্টি-ইনফ্লেমেটৰী, এন্টি-ফাংগেল আদি গুণ পোৱা যায়। আজি আমি আপোনালোকক নিম পাত চোবাই খোৱাৰ উপকাৰিতাৰ বিষয়ে।(Neem Leaves)

১- তেজ পৰিষ্কাৰ কৰে

ৰাতিপুৱা খালী পেটত নিম পাত চোবাই খালে আপোনাৰ তেজ পৰিষ্কাৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। নিম পাত আপোনাৰ পেটৰ বাবেও অতি উপকাৰী। ই তেজ বিশুদ্ধ কৰাত সহায় কৰে। যেতিয়া তেজ পৰিষ্কাৰ হয় তেতিয়া মুখৰ উজ্বলতাও বাঢ়ে।

২) হজম শক্তি উন্নত কৰে

নিম পাতে পাচনতন্ত্ৰ উন্নত কৰাত সহায় কৰে। ই হজম শক্তি উন্নত কৰাত সহায় কৰে আৰু কোষ্ঠকাঠিন্য, গেছ, আৰু পাচনতন্ত্ৰৰ অন্যান্য সমস্যা হ্ৰাস কৰে। নিয়মিতভাৱে নিমৰ পাত চোবাই খালে আপোনাৰ স্বাস্থ্যৰ বাবেও অতি উপকাৰী।

৩/ ওজন কমি যোৱা
নিম পাতে ওজন কমোৱাত সহায় কৰে। ই শৰীৰত থকা অতিৰিক্ত চৰ্বি কমোৱাত সহায় কৰে আৰু ওজন নিয়ন্ত্ৰণত সহায় কৰে। যদি কাৰোবাৰ কলেষ্টেৰলৰ সমস্যা আছে তেন্তে তেওঁ ৰাতিপুৱা সাৰ পোৱাৰ পিছত নিম পাত খাব লাগে। বেয়া কলেষ্টেৰল দূৰ কৰাত নীম পাতে অতি সহায় কৰে।

৪/ মুখৰ গ্লো বৃদ্ধি কৰে
নিয়মিতভাৱে নিমৰ পাত খালে মুখৰ উজ্বলতা বৃদ্ধি কৰে। নিম পাতে আপোনাৰ হজম শক্তি উন্নত কৰাত সহায় কৰে। ই ছালত থকা বিষাক্ত পদাৰ্থ আঁতৰোৱাত সহায় কৰে আৰু ছালখনক সুস্থ আৰু উজ্জ্বল কৰি তোলে।

নীমপাত কিদৰে ব্যৱহাৰ কৰিব পাৰি

  • ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে খালী পেটত নিমৰ পাত খাব।
  • নিম পাত পানীৰ লগত খাব লাগে।
  • নিম পাত চালাড বা শাক-পাচলিৰ লগত মিহলাই খাব লাগে।
  • নিমৰ পাত শুকুৱাই খাবও পাৰি।

Related Articles