Sunita Williams: যাত্ৰা আৰম্ভ, পৃথিৱীলৈ উভতিছে সুনীতা উইলিয়ামছ

সুনীতা উইলিয়ামছ-বেৰী উইলম’ৰৰ পৃথিৱীলৈ ওভতনি যাত্ৰা আৰম্ভ। (Sunita Williams)

৯মাহৰ অন্তত পৃথিৱীলৈ উভতিছে সুনীতা উইলিয়ামছ।


SPACE Xৰ CREW DRAGONত ওভতনি যাত্রা সুনীতা আৰু উইলম’ৰৰ।

বুধবাৰে পুৱা পৃথিৱীত ভৰি থ’বহি সুনীতা উইলিয়ামছ আৰু উইলম’ৰে।

ইতিমধ্যে সুনীতা উইলিয়ামছ আৰু আন ৩ সহযোগী প্ৰৱেশ কৰিছে ড্ৰেগন স্পেছ ক্ৰাফ্টত।

ভাৰতীয় সময় অনুসৰি পুৱা ৮.১৫ বজাত বন্ধ হ’ল স্পেছক্ৰাফ্টৰ দুৱাৰ।

বুধবাৰে পুৱতি নিশা ৩.২৭ বজাত পৃথিৱীপৃষ্ঠ স্পৰ্শ কৰিব স্পেছক্ৰাফ্টখনে।

Related Articles