শিৱসাগৰক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ টুইট। দেশৰ ৪২ গন্তব্য স্থানৰ ভিতৰত শিৱসাগৰক স্বীকৃতি।(Sivasagar)
ভাৰত চৰকাৰৰ পর্যটন মন্ত্ৰ্যালয়ৰ দ্বাৰা স্বদেশ দর্শনৰ ‘চেলেঞ্জ বেছড্ ডেষ্টিনেশ্যন ডেভেলপমেণ্ট’ৰ পাৰিপার্শ্বিক পর্যটন আৰু অমৃত ঐতিহ্য ক্ষেত্র শ্ৰেণীৰ অধীনত ভাৰতৰ ৪২ গন্তব্যস্থানৰ ভিতৰত অন্যতম হিচাপে শিৱসাগৰক বাছনি কৰা হৈছে। এই স্বীকৃতিয়ে ঐতিহাসিক চহৰখনৰ শিৱসাগৰত পৰ্যটনৰ সম্ভাৱনীয়তা বৃদ্ধি কৰিব।