Electricity Tariff: আজিৰ পৰা হ্ৰাস পাব বিদ্যুতৰ মাচুল, প্ৰতি ইউনিটত ১টকাকৈ হ্ৰাস পাব

আজিৰ পৰা হ্ৰাস পাব বিদ্যুতৰ মাচুল।(Electricity Tariff)

প্ৰতি ইউনিটত ১টকাকৈ হ্ৰাস পাব।

সামাজিক মাধ্যমত এই কথা জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

তেওঁ সামাজিক মাধ্যমত লিখে, ‘আজি এপ্রিলৰ পহিলা তাৰিখ— এপ্রিল ফুল নহয় যদিও এষাৰ কথা কওঁ— উষ্ণতা বাঢ়িলেও আপোনাৰ বিদ্যুৎ বিল নিশ্চিতকৈ হ্রাস হ’ব। আজিৰে পৰা অসমৰ প্রতিটো পৰিয়ালে প্রতিটো ইউনিটত ১ টকাকৈ ৰেহাই পাবলৈ সক্ষম হ’ব। উল্লেখ্য যে এই ৰেহাইৰ হাৰে বছৰৰ শেষত আৰু অধিক সকাহেৰে আপোনাক শান্তি প্রদান কৰিবলৈ সাজু হৈছে।’


Related Articles