১ এপ্ৰিলৰ দিনাই দেশবাসীৰ বাবে বেয়া খবৰ। পুনৰ বাঢ়িল জীৱনদায়িনী ঔষধৰ মূল্য। আজিৰে পৰা বৃদ্ধি ৭৮৪ বিধ ঔষধৰ দাম।(Medicines)
দাম বাঢ়িব ইনফেক্সন, ডায়েবেটিছ, হৃদৰোগৰ ঔষধৰ প্রতিবিধ ঔষধৰ দাম বাঢ়িল ১.৭৪ শতাংশলৈকে। সচৰাচৰ ব্যৱহৃত এন্টিবায়’টিকসমূহৰো বাঢ়িব দাম।
নেশ্বনেল ফার্মাচিউটিকেল প্রাইচিং অ’থৰিটিয়ে নিৰ্দ্ধাৰণ কৰিছে এই মূল্য। ২৫০ আৰু ৫০০ মিলিগ্রাম এজিথ্র’মিচিনৰ দাম হ’বগৈ ১১.৮৭ আৰু ২৩.৯৮ টকা । দাম বাঢ়িব ডাইক্ল’ফিনাকৰ দৰে পেইনকিলাৰৰো।