হোজাই ৰামপুৰত ভয়ংকৰ অগ্নিকাণ্ড৷
অগ্নিকাণ্ডত জাহ যায় ৰাম কুমাৰৰ ঘৰত থকা এটি খেৰৰ মেজি।
ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপন কৰাত ভয়ংকৰ দূৰ্ঘটনাৰ পৰা ৰক্ষা পৰে অঞ্চলটো৷
কনমানি শিশুৱে খেৰৰ মেজিত জুই লগাই দিয়াত সংঘটিত হয় এই ঘটনা৷