হোজাইত এজন যুৱকৰ কৰুণ মৃত্যু।।
ৰেলৰ খুন্দাত মৃত্যু যুৱক জনৰ।।
হোজাই দশঘৰ অঞ্চলত মালবাহী ৰেলৰ আগত পৰি মৃত্যু যুৱক জনৰ।।
148/3 ৰেলপোষ্টৰ ওচৰত দুই টুকুৰা হৈ কৰুণ মৃত্যু সাবটিলয় যুৱক জনে।।
আত্মহত্যা নে দুৰ্ঘটনা এতিয়াও পোহৰলৈ অহা নাই।।
বৰ্তমানলৈকে যুৱক জনৰ পৰিচয় উদ্ধাৰ কৰিব পৰা হোৱা নাই।।