ৰাজ্যজুৰি দিনক-দিনে বৃদ্ধি পাই অহা ক’ভিডৰ ভয়াবহ সংক্ৰমণৰ পৰিপেক্ষিতত তিনিচুকীয়া জিলাৰ অন্তৰ্গত মাৰ্ঘেৰিটাতো মাৰ্ঘেৰিটা মহকুমাৰ প্ৰশাসনে ক’ভিড ৰোগীৰ সকলৰ বাবে সাজু কৰি তুলিছে ক’ভিড কেয়াৰ চেণ্টাৰ | মাৰ্ঘেৰিটাৰ নগৰ স্থিত ইণ্ডিয়া ক্লাৱত মাৰ্ঘেৰিটা মহকুমাৰ প্ৰশাসনে ৫০ খন বিচনা যুক্ত ক’ভিড কেয়াৰ চেণ্টাৰটোত ক’ভিড ৰোগীসকলক ৰাখিব পৰাকৈ সাজু কৰি তুলিছে|আজিৰে পৰা এই ক’ভিড কেয়াৰ চেণ্টাৰত ক’ভিড ৰোগীসকলক ৰাখিব পৰা যাব বুলি মহকুমাৰ প্ৰশাসনে সদৰি কৰিছে | ক’ভিড কেয়াৰ চেণ্টাৰটোত মাৰ্ঘেৰিটাৰ মহকুমাৰধিপতি সম্প্ৰীতি গোস্বামী নিজে উপস্থিত থাকি সকলোবোৰ দিশ তদাৰক কৰিছে|
Breaking
- Book launch of Digdarshan যোৰহাটত দিগদৰ্শন প্ৰকাশনৰ গ্ৰন্থ উন্মোচন
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- NASA Asteroid Alert: পৃথিৱীৰ কাষেৰে পাৰ হৈ যাব দুখন ক্ৰিকেট খেলপথাৰৰ আকৃতিৰ গ্ৰহাণুৱে, সষ্টম নাছাৰ বিজ্ঞানী
- Gauhati Collegeউত্তৰ গুৱাহাটী মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিৰ মইমতালি
- Aditi Rao-Siddharth Wedding: অদিতি ৰাও হায়দাৰী আৰু সিদ্ধাৰ্থৰ বিবাহ সম্পন্ন
- Online trading scam: বাক্সাৰ ১০০ কোটিটকীয়া ট্ৰেডিং কেলেংকাৰীৰ মাষ্টাৰমাইণ্ড দীপাংকৰ ভট্টক মাৰাথন জেৰা
- Deepika padukone holds her daughter first photo viral:কন্যাক কোলাত লৈ প্ৰথমবাৰৰ বাবে কেমেৰা সন্মুখত দীপিকা পাডুকন
- How Often Should You Wash Your Hair With Shampoo:সপ্তাহত শ্বেম্পুৰে কেইবাৰ চুলি ধুব লাগে? জানি লওক
- Ganpati Ganesh idol controversy:গণেশ মূৰ্তিৰ সাজ-পোছাকক লৈ বিতৰ্ক! আধুনিকতাৰ নামত এয়া কি?
- 39th Chakradhar Samaroh: ছত্তিশগড়ৰ ‘চক্ৰধৰ সমাৰোহ’ত বিছমিল্লা খাঁ যুৱ বঁটা প্রাপক অসমৰ মৃদুস্মিতা দাস বৰাৰ সত্ৰীয়া নৃত্য প্রদর্শন
- BJP Involvement in Online Scam: অনলাইন কেলেংকাৰিত বিজেপিৰ কোনো জড়িত নাই, সেয়ে আমি তদন্তৰ ভাৰ চিবিআইক দিব পাৰিছোঃ মন্ত্ৰী হাজৰিকা
- Assam Direct Recruitment Examination: অসমত এডিআৰই নিযুক্তি পৰীক্ষা সুচাৰুৰূপে চলোৱাৰ বাবে মুখ্যমন্ত্ৰীৰ প্ৰশংসা