অসম অৰুণাচল প্ৰদেশ সিমান্তৱৰ্তী বৰডুমচাৰ ৰিতুকঁঠালগুৰি নিৱাসী নৱকান্ত চলিহাৰ অসমীয়া জন-জীৱনৰ লগত সংপিক্ত বাঁহ শিল্পক জীয়াই ৰখা এক অনন্য ব্যতিক্ৰমী প্ৰয়াস |২০০৬ চনতে দুজন বন্ধু ক্ৰমে পৰাগজ্যোতি গোহাঁই আৰু মৃদুল বৰপাত্ৰগোঁহাইৰ সৈতে মিলি তেওঁ ঘৰতে আৰম্ভ কৰে ভলুকা বাঁহৰে সা- সামগ্ৰীৰ সাজি উলিওৱা কাম| কম সময়ৰ ভিতৰতে ভলুকা বাঁহৰে সাজি উলিওৱা আচবাব-পত্ৰই অঞ্চলটোৰ ৰাইজৰ ব্যাপক সমাদৰ লাভ কৰিবলৈ সক্ষম হয়| ভলুকা বাঁহৰে আৰম্ভ কৰা এই ব্যতিক্ৰমী প্ৰতিষ্ঠানখন ৰাইজৰ মাজত এক আকষণৰ কেন্দ্ৰ বিন্দু হৈ পৰে। নিজৰ প্ৰতিভাৰে তেওঁলোকে ভলুকা বাঁহৰে অসমীয়া সমাজত প্ৰচলিত বিভিন্ন সামগ্ৰীৰ চকী-মেজ, টি-টেবুল, ষ্টুল, বিছনা, শ্ব-কেছ, ডাইনিং ছেট আদি সাজি উলিয়াই ব্যৱসায় চলাই আহিছে| ইয়াৰ দ্বাৰা অসমীয়া জন-জীৱনৰ লগত সংপিক্ত বাঁহ শিল্পক তেওঁলোকে এক সুকীয়া মৰ্যদা দি জীয়াই ৰখা ওপৰিও নিজেও স্বাৱলম্বী হোৱাৰ চেষ্টা অব্যাহত ৰাখিছে|বৰ্তমান তেওঁলোকে সাজি উলিওৱা বাঁহৰ সামগ্ৰীয়ে সমাজত এক সুকীয়া আসন লাভ কৰিবলৈ সক্ষম হৈছে| কুটীৰ শিল্প-কৰ্মৰে নিজকে প্ৰতিষ্ঠা কৰাৰ লগতে স্বাৱলম্বীতা এক আদৰ্শ ডাঙি ধৰিবলৈ সক্ষম হোৱা বাৱে অলপতে অনুষ্ঠিত হৈ যোৱা আপকু’ৰ প্ৰতিষ্ঠা দিৱসত তিনিচুকীয়া জিলা সমিতিৰ আপকু’ৰ তৰফৰ পৰা নৱকান্ত চলিহাক ৰাজহুৱা ভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয় ।
Breaking
- Book launch of Digdarshan যোৰহাটত দিগদৰ্শন প্ৰকাশনৰ গ্ৰন্থ উন্মোচন
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- Smart Meter:স্মার্ট মিটাৰ এপিডিচিএলক ঘূৰাই দিলে ক্ষোভিত ৰাইজে !
- MISING AUTONOMOUS COUNCIL: মিচিং স্বায়ত্ততশাসিত পৰিষদৰ নতুন পৰিষদীয় সমষ্টি সীমা নির্ধাৰণক লৈ অভিযোগ !
- Cyber Crime: ৯ জন চাইবাৰ অপৰাধীক আটক !
- Arijit Singh: মঞ্চখনেই মোৰ বাবে মন্দিৰঃ অৰিজিত সিং
- Arunodoi 3.0: অৰুণোদয় ৩.০ঃ এক ৰেচন কাৰ্ড-এক অৰুণোদয়
- Animal Fat Used Laddu Prasadam: মন্দিৰৰ প্ৰসাদৰ লাড়ুক লৈ বিতৰ্ক! লাড়ুত জন্তুৰ চৰ্বি মিহলাই বুলি অভিযোগ এগৰাকী মুখ্যমন্ত্ৰীৰ
- Urinary Tract Infection: প্ৰস্ৰাৱ কৰাৰ সময়ত জ্বলা-পোৰা, বিষ প্ৰস্ৰাৱ সংক্ৰমণৰ লক্ষণ!
- Father Killed Son: শিৱসাগৰত চাঞ্চল্যকৰ কাণ্ড! পিতৃৰ হাতত প্ৰাণ গ’ল পুত্ৰৰ
- Shri Shri Rudra Mahayagya: খানাপাৰাত শ্ৰীশ্ৰী ৰুদ্ৰ মহাযজ্ঞ- কামেশ্বৰী মহা আৰাধনাৰ সফল সামৰণি
- Swacchata hi seva: স্বচ্ছতাই সেৱা অভিযানৰ অংশ হিচাবে অসমত ৩৫০০ গছপুলি ৰোপণ