Breaking

সাহিত্য সভাৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত প্ৰধান সম্পাদকৰ মৃত্যু

0 547

সাহিত্য সভাৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত প্ৰধান সম্পাদকৰ মৃত্যু,প্ৰাঃ ভাৰপ্ৰাপ্ত প্ৰধান সম্পাদক সমীৰণ বৰদলৈৰ আজি পুৱা মৃত্যু, যোৰহাটৰ বাসগৃহত পুৱা ৭ বাজি ১২ মিনিটত মৃত্যু,কিছুদিন ধৰি ৰোগাক্ৰান্ত হৈ আছিল সমীৰণ বৰদলৈ, বৰদলৈৰ মৃত্যুত অসম সাহিত্য সভাৰ ৩ দিনীয়া শোক , ৩ দিনলৈ কাৰ্যালয়ৰ পতাকা অৱনমিত হৈ থাকিব , তেওঁৰ মৃত্যুত সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়া আৰু প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মাৰ শোক প্ৰকাশ

Leave A Reply

Your email address will not be published.