ভেৰুৱাত সাংবাদিক আত্মসমালোচনা দিন আৰু ননৈ ভেলি ই মিডিয়া কাউন্সিলৰ প্ৰতিষ্ঠা দিৱসটি সফলভাৱে ক’ভিদ প্ৰট’কল মানি পালন কৰে ৷ এই অনুষ্ঠানটি ৰূপায়নৰ ক্ষেত্ৰত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে সহযোগিতা আগবঢ়োৱা উপদেষ্টা মণোৰঞ্জন শৰ্মা, সাংবাদিক দিলীপ ডেকা আৰু ডি ওৱাইৰ সাংবাদিক তথা নভেইমিৰ সভাপতি দ্বিপেন ডেকাৰ লগতে উপস্থিত প্ৰতিগৰাকী সন্মানীয় সদস্যলৈ আন্তৰিক ধন্যবাদ, কৃতজ্ঞতা জনােৱা হয় । অনুষ্ঠানৰ গছপুলি ৰোপক তথা ছিপাঝাৰৰ বিধায়ক ড° পৰমানন্দ ৰাজবংশী, দৰং জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া , সাংবাদিক সমালোচক তথা ভেৰুৱা হাইস্কুলৰ প্ৰধান শিক্ষক প্ৰবীন কলিতা, শান্তি বন্তি প্ৰজ্জ্বলক হেমন্ত ডেকালৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। আনহাতে অনুষ্ঠানত উপস্থিত থকা প্ৰতিগৰাকী বিশিষ্ট ব্যক্তি, স্থানীয় ৰাইজলৈ ধন্যবাদ আৰু শলাগৰ শৰাই আগবঢ়াই নভেইমিৰ সম্পাদক তথা প্ৰাগ নিউজৰ সম্পাদক কমল নাথে ৷
Breaking
- Book launch of Digdarshan যোৰহাটত দিগদৰ্শন প্ৰকাশনৰ গ্ৰন্থ উন্মোচন
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- Jayanta Hazarika: শিল্পী জয়ন্ত হাজৰিকাৰ জন্ম জয়ন্তী উদযাপন
- Jinki Mili Online Trading:ডিব্ৰুগড় সদৰ থানাত জিংকি মিলি
- Mising Autonomous Council: মিচিং স্বায়ত্তশাসিত পৰিষদৰ সাংবিধানিক মৰ্যাদা অবিহনে আন্দোলন অব্যাহত থাকিব
- Smart meters: স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে বিৰোধী ঐক্য মঞ্চৰ বিক্ষোভ
- Auspicious Bhado Month: চুবুৰীয়া ৰাজ্য মেঘালয়ৰ নংপোৰ মাৰাংগাৰত শঙ্কৰদেৱ নামঘৰত এমহীয়া পৱিত্ৰ ভাদমহীয়া নামৰ সামৰণি
- AJYCP protests against ONGC: নাজিৰাত ONGCৰ থলুৱাবিৰোধী নীতিৰ বিৰুদ্ধে AJYCPৰ বিক্ষোভ
- Oil and gas drilling in Gibbon Sanctuary: গিবনত তেল-গেছ খননৰ সিদ্ধান্তৰ কঠোৰ বিৰোধিতা আটাছুৰ
- Nagaon District Medicine Dealers’ Association:ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ পিছতেই মুহূৰ্তে মুহূৰ্তে ৰং সলনি কৰিছে নগাঁৱৰ ঔষধ ব্যৱসায়ী সন্থাই
- Nazira ONGC employee goes to jail:ইনষ্টাগ্ৰামৰ বাগিৰে লজ্জানত কাণ্ড! ONGCৰ কৰ্মচাৰী গ’ল জে’ল হাজোতলৈ
- Na Lakhimi Scheme:মহিলা হিতাধিকাৰীক ন-লখিমী আঁচনিৰ দ্বাৰা মাহে ৩০০০ টকাকৈ দিয়া হ’বঃ ভূপেন কুমাৰ বৰা