Breaking

নামৰূপত আটক ড্ৰাগছ সেৱন কাৰী যুবকক

0 540

সমগ্ৰ দেশতে ড্ৰাগছ,বিৰোধী অভিযান চলি থকা সময়তে ডিব্ৰুগড় জিলাৰ অন্তৰ্গত নামৰূপত কালি নামৰূপ আৰক্ষীয়ে লালপাগুৰি ঘাটৰ পৰা তিনিজন ড্ৰাগছ সেৱন কাৰী যুবকক গ্ৰেপ্তাৰ কৰি ডিব্ৰুগড় জিলাৰ কাৰাগাৰালৈ প্ৰেৰন কৰে।

IPC 70/21 sec 270a NDPS ACT ভিত্তিত তেওঁলোকক মহামান্য আদলতলৈ পেৰণ কৰিছে।তেওঁলোকৰ পৰা চিৰিঞ্জ, অলপ মান ড্ৰাগছ আৰু মোৱাইল ফোন জ্বব্দ কৰে।

Leave A Reply

Your email address will not be published.