ক্ৰমাৎ বজালী জিলাত ক’ভিডৰ প্ৰাৱল্য নিম্নমুখী হোৱা পৰিলক্ষিত হৈছে । প্ৰতিদিনে ব্যাপক হাৰত কভিডৰ পৰীক্ষা জিলাখনৰ ভিন্ন প্ৰান্তত হৈ থকাৰ উপৰিও জিলাখনৰ চিকিৎসালয় সমূহত আৰু স্বাস্হ্যকেন্দ্ৰ বোৰত প্ৰতিষেধক প্ৰদান কাৰ্যসূচী অব্যাহত আছে। মনকৰিবলগা কথা যে, জনসাধাৰণে জিলা প্ৰশাসনে কৰা নিৰন্তৰ আহ্বানৰ প্ৰতি সহাঁৰি দি কভিড পৰীক্ষা আৰু প্ৰতিষেধক লোৱাৰ বাবে আগবাঢ়ি অহা পৰিলক্ষিত হৈছে । উল্লেখ্য যে, ক’ভিড যুদ্ধ খনত সহায়ক হোৱাকৈ নুমুলীগড় শোধানাগাৰে আজি বজালী জিলা প্ৰশাসনক পাঁচটা অক্সিজেন কনচেনট্ৰেটৰ প্ৰদান কৰিছে । ইয়াৰ পূৰ্বেও জিলা উপায়ুক্ত গৰাকীৰ অনুৰোধত জিলা প্ৰশাসনক দুটামান সংস্হাই কনচেনট্ৰেটৰ যোগান ধৰিছিল । ইপিনে, পাটাছাৰকুছিস্থিত নিৰ্মল হালৈ মহাবিদ্যালয়ত প্ৰশাসনে স্হাপন কৰা ক’ভিড কেন্দ্ৰত কে’বাগৰাকীও ক’ভিড সক্ৰিয় ৰোগীক চিকিৎসা প্ৰদান কৰি আছে জিলা প্ৰশাসনৰ তত্বাৱধানত স্বাস্হ্য বিভাগে । জিলাখনত ক’ভিডৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে প্ৰশাসনে ব্যাপক তৎপৰতা অবলম্বন কৰিছে আৰু সম্ভাব্য পৰিস্হিতিৰ স’তে মুখামুখি হোৱাৰ বাবে সস্তম হৈ আছে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ১৭ নং ৰাষ্টীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা
- ধনৈৰ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ বলি হোৱা ভূক্তভোগী পৰিয়ালক মুখ্যমন্ত্ৰীৰ নিৰ্দেশত সাক্ষাৎ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ
- প্ৰেমৰ ছলনাৰে বড়ো সম্প্ৰদায়ৰ হিন্দু যুৱতীক শ্লীলতা সানিৰ চেষ্টা এজন মুছলমান সম্প্ৰদায়ৰ যুৱকৰ৷
- ৰাঁচীত অৱস্থিত ঝাৰখণ্ডৰ বিজেপি ৰাজ্যিক কাৰ্যালয়ত নিৰ্বাচনী আঁচনি সন্দৰ্ভত এখন বৈঠক
- ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই ঘোষণা কৰিছে ইউ জি চি নেট পৰীক্ষাৰ সময়সূচী..
- কেজৰিৱালৰ গ্ৰেপ্তাৰৰ প্ৰতিবাদত মহানগৰীত আপৰ বিক্ষোভ, ইডি, চিবিআইক ব্যৱহাৰ কৰিছে বিজেপিয়ে – ডা: ভবেন চৌধুৰী
- দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল জামিনত মুকলি আকাশৰ তললৈ অহাৰ কোনো লক্ষণ দেখা নাই
- লাডাখত সেনাৰ দুৰ্ঘটনাৰ কাৰণ কি! ঘটনাক লৈ শোক প্ৰকাশ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ…
- দীপৰ বিলৰ সমীপত শতাধিক সন্দেহযুক্ত নাগৰিকৰ মাটি কিনি ঘৰ নিৰ্মাণ :মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী
- প্ৰকৃত খবৰ জানি লওকঃ বিয়াৰ ৭ দিনৰ পিছতে চিকিৎসালয়ত উপস্থিত সোনাক্ষী-জাহীৰ! অনুৰাগীৰ প্ৰশ্ন ‘গৰ্ভৱতী নেকি’?