Breaking

টংলাত বগলী কাণ্ডৰ তদন্ত আৰু দোষীৰ শাস্তিৰ দাবী ওদালগুৰি জিলা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ

0 578

টংলা পৌৰসভা নিৰ্দেশ মৰ্মে টংলা টাউনৰ ১ নং ৱাৰ্ডত থকা লোকজিত সুতাৰ নামৰ ব্যক্তিজনৰ বাৰীত থকা বাহ এজোপাত শ শ বগলীয়ে বাস কৰি পৰিৱেশ বিনষ্ট কৰা বুলি পৌৰসভাই বাহজোপা কাটি দিয়াৰ পিছত প্ৰায় ৩০০ বগলী পোবালীৰ মৃত্যু হোৱা ঘটনাক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে তীব্ৰ গৰিহণা আৰু ধিক্কাৰ জনাইছো ৷ মানৱীয়তাৰ চুড়ান্ত অৱক্ষয় হোৱা এই ঘটনাৰ পিছত অঃজাঃযুঃছাঃপঃ টংলা আঞ্চলিক সমিতি আৰু ওদালগুৰি জিলাৰ বিষয়ববীয়াই উচিত তদন্তৰ দাবী জনাই দোষীৰ শাস্তিৰ দাবী জনাইছে ৷

Leave A Reply

Your email address will not be published.