Breaking

টকিঅ’ত ইতিহাস ৰচিলে ভাৰতীয় হকী দলে

0 1,631

শক্তিশালী অষ্ট্ৰেলিয়াক পৰাস্ত কৰি সমগ্ৰ বিশ্বৰ আগত ভাৰত বাসিক গৌৰৱান্বিত কৰালে ভাৰতীয় মহিলা হকী দলে ।

প্ৰথমবাৰৰ বাবে ছেমি ফাইনেলত ভাৰতীয় মহিলা হকী দল।কোৱাৰ্টাৰ ফাইনেলত ভাৰতে অষ্ট্ৰেলিয়াক ১-০ গ’লত পৰাস্ত কৰে।

তিনিবাৰৰ অলিম্পিক চেম্পিয়ন অষ্ট্ৰেলিয়াক হৰুৱাই প্ৰথমবাৰৰ বাবে ভাৰতীয় মহিলা হকী দল ছেমি ফাইনেলত প্ৰৱেশ কৰিছে।

উল্লেখযোগ্য যে,ভাৰতীয় মহিলা হকী দলে অলিম্পিকত ইতিহাস সৃষ্টি কৰিছে।ভাৰতীয় দলটোৱে প্ৰথমবাৰৰ বাবে অলিম্পিকৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে।

Leave A Reply

Your email address will not be published.