অসমৰ ঐতিহ্যমণ্ডিত,তথা পশ্চিম নলবাৰী অঞ্চলৰ বেলশৰস্হ শ্ৰীশ্ৰী বিল্বেশৰ দেৱালয় আৰু চামতাৰ কুলবিলস্হ কুলবিলঘাট ৰাজহুৱা শিৱালয়ত পবিত্ৰ শাওন মাহ উপলক্ষে অজস্ৰ শিৱভক্তৰ সমাগম ঘটে ৷ পুৱাৰে পৰা নলবাৰী জিলা আৰু চবুৰীয়া জিলাৰ অজস্ৰ শিৱভক্ত পুৰুষ মহিলা আহি শৈৱানুষ্ঠান দুখন দৰ্শন কৰি নৈবেদ্য শৰাই, ফুল বেলপাত ,এৱাগাখীৰ আদিৰে মহাপ্ৰভু শিৱক পূজা অৰ্চনা কৰে ৷ ভক্ত সকলে মনোকামনা পুৰৰ্নাৰ্থে প্ৰতি গৰাকী ভক্তই পাঁচ, দহ গচিকৈ বন্তি প্ৰজ্বলনো কৰে ৷ এইফালে কালি নিশাৰ পৰা অজস্ৰ পুৰুষ শিৱভক্তই বিভিন্ন বাহনেৰে শৈৱানুষ্ঠান দুখনলৈগৈ ব’ল ব’ম পৰ্ব পালন কৰি বুঢ়াদিয়া নৈৰ পৰা পানীলৈ কুলবিলৰ শিৱালয়, বিল্বেশ্বৰ দেৱালয়, আমনি শংকৰ আশ্ৰমৰ শিৱ মন্দিৰৰ শিৱলিংগত পানী ঢালি পূজা অৰ্চনা কৰে ৷ কুলবিল শিৱালয়ত অহা ৰবিবাৰে নিশা ব’ল ব’ম উৎসৱৰ সামৰনিৰ অনুষ্ঠান কৰিব বুলি উদ্যোক্তা সকলে জানিব দিছে ৷
Breaking
- Book launch of Digdarshan যোৰহাটত দিগদৰ্শন প্ৰকাশনৰ গ্ৰন্থ উন্মোচন
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- Nazira ONGC employee goes to jail:ইনষ্টাগ্ৰামৰ বাগিৰে লজ্জানত কাণ্ড! ONGCৰ কৰ্মচাৰী গ’ল জে’ল হাজোতলৈ
- Na Lakhimi Scheme:মহিলা হিতাধিকাৰীক ন-লখিমী আঁচনিৰ দ্বাৰা মাহে ৩০০০ টকাকৈ দিয়া হ’বঃ ভূপেন কুমাৰ বৰা
- All Tiwa Students Union: বেদখলকৃত ভূমি উচ্ছেদ কৰি ট্ৰাইবেল বেল্ট-ব্লক সংৰক্ষণৰ দাবী সদৌ তিৱা ছাত্ৰ সন্থাৰ
- Orunodoi 3.0 scheme: ৰাজ্যজুৰি অৰুণোদয় ৩.০ আনুষ্ঠানিকভাৱে শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ
- Sarania-Kachari Tribe in Assam: জনজাতিৰ প্ৰমাণ পত্ৰ এখনৰ বাবেও সংগ্ৰাম কৰিবলগীয়া হৈছে অসমৰ একাংশ আদিপুৰুষে
- Assam Online Trading Scam: প্ৰমাণ হ’ল – চুমি বৰাৰ হাতোৰা প্ৰসাৰিত হৈছিল ন্যায়পালিকাৰ পৰা কাৰ্যপালিকালৈ !
- Tirupati temple: তিৰুপতি মন্দিৰৰ লাডুত গো-মাংসৰ চৰ্বি!
- Delhi Chief Minister : দিল্লীৰ নতুন মুখ্যমন্ত্ৰী কোন হ’ব ?
- Smart Meter:স্মার্ট মিটাৰ এপিডিচিএলক ঘূৰাই দিলে ক্ষোভিত ৰাইজে !
- MISING AUTONOMOUS COUNCIL: মিচিং স্বায়ত্ততশাসিত পৰিষদৰ নতুন পৰিষদীয় সমষ্টি সীমা নির্ধাৰণক লৈ অভিযোগ !