পাঠশালা বিদ্যুৎ সংমণ্ডলৰ পৰা এগৰাকী ATM চোৰক ৰাইজে আটক কৰি আৰক্ষীক খবৰ দিয়াত ঘটানস্থলীত পাঠশালা আৰক্ষী চকীৰ আৰক্ষী বিষয়া নয়ন জ্যোতি ডেকা উপস্থিত হয় ।আটক কৰা চোৰজন হাৰিয়ানাৰ , হিচাৰি জিলাৰ , বিজেন্দ্ৰ বুলি জানিব পৰা গৈছে । চোৰ টোৱে নিজক নিৰ্বাচনী বিষয়া বুলি পৰিচয় দি আহিছিল আৰু বজালীত বিভিন্ন জনৰ পৰা ATM ৰ সহায়েৰে ধন সৰকাই আহিছিল ।ধৃত চোৰতোৰ পৰা এখন ATM , এটা স্মাৰ্ট Swip Machine , আৰু নগদ ১৫৮২০ টকা সহ এখন আধাৰ কাৰ্ড আৰু পৰিচয় পত্ৰ এখন আৰক্ষী জব্দ কৰে । আনহাতে ঘটনা সদৰ্ভত আৰক্ষীয়ে চুৰ জনক সোধা পোছা অব্যাহত ৰাখিছে । আৰু পাঠশালা আৰক্ষী বিষয়া গৰাকীয়ে জানিব দিয়া অনুসৰি এই চুৰৰ দলতোৰ লগত জড়িত থকা সকলোকে পৰবৰ্তী সময়ত আটক কৰিব পাৰিব বুলি জানিব দিয়ে ।
Breaking
- Book launch of Digdarshan যোৰহাটত দিগদৰ্শন প্ৰকাশনৰ গ্ৰন্থ উন্মোচন
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- Jayanta Hazarika: শিল্পী জয়ন্ত হাজৰিকাৰ জন্ম জয়ন্তী উদযাপন
- Jinki Mili Online Trading:ডিব্ৰুগড় সদৰ থানাত জিংকি মিলি
- Mising Autonomous Council: মিচিং স্বায়ত্তশাসিত পৰিষদৰ সাংবিধানিক মৰ্যাদা অবিহনে আন্দোলন অব্যাহত থাকিব
- Smart meters: স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে বিৰোধী ঐক্য মঞ্চৰ বিক্ষোভ
- Auspicious Bhado Month: চুবুৰীয়া ৰাজ্য মেঘালয়ৰ নংপোৰ মাৰাংগাৰত শঙ্কৰদেৱ নামঘৰত এমহীয়া পৱিত্ৰ ভাদমহীয়া নামৰ সামৰণি
- AJYCP protests against ONGC: নাজিৰাত ONGCৰ থলুৱাবিৰোধী নীতিৰ বিৰুদ্ধে AJYCPৰ বিক্ষোভ
- Oil and gas drilling in Gibbon Sanctuary: গিবনত তেল-গেছ খননৰ সিদ্ধান্তৰ কঠোৰ বিৰোধিতা আটাছুৰ
- Nagaon District Medicine Dealers’ Association:ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ পিছতেই মুহূৰ্তে মুহূৰ্তে ৰং সলনি কৰিছে নগাঁৱৰ ঔষধ ব্যৱসায়ী সন্থাই
- Nazira ONGC employee goes to jail:ইনষ্টাগ্ৰামৰ বাগিৰে লজ্জানত কাণ্ড! ONGCৰ কৰ্মচাৰী গ’ল জে’ল হাজোতলৈ
- Na Lakhimi Scheme:মহিলা হিতাধিকাৰীক ন-লখিমী আঁচনিৰ দ্বাৰা মাহে ৩০০০ টকাকৈ দিয়া হ’বঃ ভূপেন কুমাৰ বৰা