Breaking

ননৈ আৰক্ষীৰ জোৱানক সম্বৰ্দ্ধনা Warriorsৰ

0 2,065

 নগাঁৱৰ স্বেচ্ছাসেৱী অনুষ্ঠান Warriorsৰ ননৈ আঞ্চলিক সমিতিৰ উদ্যোগত আজি ননৈ আৰক্ষী চকীৰ জোৱান সকলক সম্বৰ্দ্ধনা জনোৱা হয় । আৰক্ষী জোৱান সকলে সদায় সৰ্বসাধাৰণ ৰাইজৰ নিৰাপত্তাৰ স্বাৰ্থত সেৱা আগবঢ়াই আহিছে । এই আৰক্ষী জোৱান সকলক উৎসাহ যোগাবৰ লক্ষ্যৰে অনুষ্ঠানটোৰ তৰফৰ পৰা সম্বৰ্দ্ধনা জনোৱা হয় । সম্বৰ্দ্ধনা অনুষ্ঠানত অনুষ্ঠানটোৰ সম্পাদক ইক্ৰামুল হক , ননৈ আঞ্চলিকৰ দিপান্দিতা দাস গগৈ , আৰু হিমাংশু দত্তকে ধৰি বহু কেইজন সদস্যই অংশ গ্ৰহণ কৰে ৷

Leave A Reply

Your email address will not be published.