মৰিগাঁৱত কৰ্কট ৰোগ সম্পর্কে সজাগতা সভা

মৰিগাঁৱত যোৱা কালি ৩০ অক্টোবৰত Department of Economics and IQAC, মৰিগাঁও কলেজৰ সহযোগত ছাত্র ছাত্রী তথা অভিভাৱকৰ সকলৰ মাজত কৰ্কট ৰোগৰ সম্পৰ্কে এখনি সজাগতা সভা অনুস্থিত কৰা হয়  মৰিগাঁও মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা এই সভা খনত উপস্থিত থাকে Dr. Gayatree Gogoi , Dr. Goutam Sharma , Dr. Gourav Das আৰু লগতে  Pratishuti Cancer and Palliative Trust ৰ brand ambassador বৰষা ৰানী বিষয়া | 

Related Articles