মৰিগাঁৱৰ দীঘলবড়ী গাঁৱৰ উদ্ধৱ দেউৰীয়ে সাজি উলিয়ালে বায়ুবেল। উদ্ধৱ দেউৰী পেচাত এজন কৃষক।নিজৰ খেতি পথাৰ চৰাই চিৰিকতিৰ পৰা বচাই ৰাখিবলৈ এটা অটক ধুনিয়া ব্যয় বহুল যন্ত্ৰ। অটক ধুনিয়া যন্ত্ৰ বতাহত ঘূৰিব পৰাকৈ দুখন পাংখা যুক্ত কৰা হৈছে এখন থাল লগতে থাল আঘাট কৰিবলৈ সৰু লোহাৰ বল এটা আছে।কেতিয়াবা কেতিয়াবা বতাহৰ পৰিমাণ কম হ’লেও যন্ত্ৰ সংযুক্ত সৌৰশক্তি প্লেট চাৰ্জিঙৰ পৰা ও বায়ুবেল বাজি থাকে।বায়ুবেলৰ বাবে ধাননি পথাৰ চৰাই চিৰিকতিৰ পৰা বচাই ৰাখিব পৰা হৈছে ।