Breaking

ভাৰতীয় মাছমৰীয়াক অপহৰণ পাকিস্থানৰ

0 2,052

সীমাত পাকিস্থানে হিংসাত্মক কাৰ্য অব্যাহত ৰখাৰ সমান্তৰালকৈ ভাৰতীয় উপকুলবৰ্তী অঞ্চল সমুহটো সন্ত্ৰাস আৰম্ভ কৰিছে পাকিস্থানে ।
ৰবিবাৰে পাকিস্থানী নৌসেনাৰ এটা দলে ভাৰতীয় মাছমৰীয়া নাওঁ‌ এখনৰ সহিতে অপহৰণ কৰে ছয়গৰাকী ভাৰতীয় মাছমৰীয়াক । ভাৰতীয় মাছমৰীয়াৰ ভাষ্য অনুসৰি , অপহৰণ কাৰ্য সংঘটিত কৰাৰ সময়ত পাকিস্থানী নৌসেনাই ভাৰতীয় মাছমৰীয়া নাওঁ‌ খনলৈ লক্ষ্য কৰি ধাৰাসাৰ গুলিবৰ্ষণ কৰিছিল । গুলিবৰ্ষণ নিহত হৈছে এগৰাকী ভাৰতীয় মাছমৰীয়া ।

Leave A Reply

Your email address will not be published.