আজি পুনৰ মৰিগাঁও DTO অফিচত দুঘন্টীয়া ধৰ্মঘট পালন কৰিলে পৰিবহন বিভাগৰ কৰ্মচাৰী সকলে। পৰিবহন আয়ুক্তই এজন জেষ্ঠ্য কৰ্মচাৰীক শাৰিৰীক আৰু মানসিকভাৱে অপদস্থ কৰাকলৈয়ে জিলা পৰিবহণ বিভাগৰ কৰ্মচাৰী সকলৰ এই প্ৰতিবাদ ৷ পৰিবহন কৰ্মচাৰীসকলে ৰাজ্য চৰকাৰক পৰিবহন আয়ুক্ত গৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহনৰ সময়সীমা বান্ধি দিছিল যদিও কোনো ব্যৱস্থা নোলোৱাত ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷