আজি মুম্বাইত অনুষ্ঠিত প্ৰশিক্ষণ শিবিৰত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা কি কলে !

ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা আৰু মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত আজি মুম্বাইত অনুষ্ঠিত হয় অসমৰ বিজেপি বিধায়ক সকলৰ প্ৰশিক্ষণ শিবিৰ।সেয়েহে আজি অসমৰ বিজেপি বিধায়ক সকল উপস্থিত হৈছে মুম্বাইত।এই প্ৰশিক্ষণ শিবিৰত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই বিধায়ক সকলক উদ্দেশ্যি ভাষনত কয় যে জনতাৰ চিন্তাক বিধায়কে প্ৰধান উদ্দেশ্য হিচাপে লব লাগিব। দলীয় সেৱাক প্ৰধান আত্মা হিচাপে প্ৰতিজন কাৰ্যকৰ্তাই লোৱা উচিত।প্ৰতিজন বিধায়কে দলৰ মুল আদৰ্শ আৰু মুল্যবোধৰ বাবে চিৰযুগমীয়া হোৱাৰো আহ্বান জনায় মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই।

Related Articles