শিশু দিৱস উপলক্ষে কটন বিশ্ববিদ্যালয়ৰ শিশুখাদ্য বিতৰণ

মৃত্যু চিৰাচৰিত। অকাল মৃত্যুয়ে জীৱনৰ চাকনৈয়াত কিমান অনিষ্ট কৰি কিমান জনক অনাথ হ’বলৈ ঠেলি দিছে তাক অনুমান কৰিব নোৱাৰি। অনাথ শিশুৰ জীৱন কিমান কন্টকময় তাক উপলব্ধি কৰি বুকু কঁপি উঠে। গুৱাহাটীৰ এচ.অ.এচ ভিলেজে অতি যত্নৰে আশ্ৰমৰ শিশু সকলক লালন পালন কৰি আহিছে। আজি শিশু দিৱস উপলক্ষে কটন বিশ্ববিদ্যালয় কৰ্তৃপক্ষ আৰু কটন বিশ্ববিদ্যালয় কৰ্মচাৰী সন্থাৰ সহযোগত এচ.অ.এচ ভিলেজ গুৱাহাটীত শিশুখাদ্য বিতৰণ কৰা হয়।

Related Articles