অনাথ শিশুৰ সৈতে শিশু দিৱস উদযাপন ডেস্টিনেচন গ্ৰুপৰ

কটনিয়ান82″-এ আজি গুৱাহাটীৰ কাহিলীপাৰাৰ ভগদত্তপুৰত অৱস্থিত মানসিকভাৱে বিকাৰগ্ৰস্ত ব্যক্তি/শিশুসকলৰ বাবে ডেস্টিনেচনৰ সহযোগত শিশু দিৱস উদযাপন কৰে। ডেস্টিনেচনে আজি অনাথসকলৰ জন্মদিনো উদযাপন কৰিছিল কিয়নো বেছিভাগ অনাথেই তেওঁলোকৰ মূল জন্মদিন নাজানে। ডেস্টিনেচন গোটৰ পৰা এটা কেক উপস্থাপন কৰা হৈছিল। এই শুভ দিনটোৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি থকা অনাথসকলৰ মাজত আনন্দ আৰু সুখ দেখি অপৰিসীম আনন্দ পাইছিল গ্ৰুপটোৱে। ডেস্টিনেচনৰ প্ৰতিষ্ঠাপক শ্ৰীমতী ৰূপা হাজৰিকাই প্ৰদা

Related Articles