Breaking

বৰপেটা আৰক্ষীৰ অভিযানত ৯ জুৱাৰী আটক

0 2,034

  ড্ৰাগছ আৰু জুৱাৰীৰ বিৰুদ্ধে তীব্রতৰ কৰিছে বৰপেটা আৰক্ষীয়ে। এক  গোপন সূত্ৰৰ পম খেদি এক অভিযান চলায় বৰপেটা আৰক্ষীয়ে।বৰপেটা সদৰ থানাৰ অন্তৰ্গত জনীয়া চৌধুৰী বজাৰৰ সমিপত আৰক্ষীয়ে অভিযান চলাই ৯জন জুৱাৰীক আতক কৰে । আতকধীন জুৱাৰীৰ পৰা ৫ খন বাইক,  ১৪ টা মোবাইল ফোন,  লক্ষাধিক টকা,জাণ্ডিমুন্দা,তাচপাত জব্দ কৰে বৰপেটা সদৰ আৰক্ষীয়ে। আটকধীন জুৱাৰীবোৰ ক্ৰমে বাদশা মিয়া,চানু চৰকাৰ,সৰল খান,ৰফিকুল ইছলাম,আনুৱাৰ হুছেইন,নজৰুল ইছলাম, মোজাম্মিল হুছেইন,চায়েদ আলি আৰু সাগৰ আলি।

Leave A Reply

Your email address will not be published.